News18 AssamNews18 Assam
|
News18-Assam Updated:April 19, 2020, 12:04 PM IST
একাংশ এয়াৰলাইনে বুকিং খোলাক লৈ দোমোজাত পৰিছিল যাত্ৰীসকল।
একাংশ এয়াৰলাইনে বুকিং খোলাক লৈ দোমোজাত পৰিছিল যাত্ৰীসকল।
ফ্লাইটৰ টিকেট বুক কৰিব খুজিছে যদি সেই চিন্তা বাদ দিয়ক। এতিয়াই আৰম্ভ নহয় বিমান সেৱা। লকডাউনৰ পিছতো ঘৰুৱা অথবা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰি দিয়াৰ ক্ষেত্ৰত এতিয়াই কোনো পৰিকল্পনা নাই। কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে স্পষ্ট কৰিলে এই কথা। একাংশ এয়াৰলাইনে বুকিং খোলাক লৈ দোমোজাত পৰিছিল যাত্ৰীসকল।

Published by:
Sanjay Kumar Das
First published:
April 19, 2020, 12:04 PM IST