Jio Institute সন্দৰ্ভত নীতা আম্বানীৰ মন্তব্য, 'মই ঘোষণা কৰি আনন্দিত যে জিঅ' ইনষ্টিটিউট সম্পূৰ্ণৰূপে সাজু হৈছে। এই বছৰেই Navi Mumbaiত তেওঁলোকৰ চৌহদত শৈক্ষিক প্ৰক্ৰিয়া আৰম্ভ হ'ব।'
Jio Institute সন্দৰ্ভত নীতা আম্বানীৰ মন্তব্য, 'মই ঘোষণা কৰি আনন্দিত যে জিঅ' ইনষ্টিটিউট সম্পূৰ্ণৰূপে সাজু হৈছে। এই বছৰেই Navi Mumbaiত তেওঁলোকৰ চৌহদত শৈক্ষিক প্ৰক্ৰিয়া আৰম্ভ হ'ব।'
বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰিলায়েন্সৰ ৪৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভা। এই সভাতে Jio Institute সন্দৰ্ভত নীতা আম্বানীৰ মন্তব্য 'আমি এই প্ৰত্যাহ্বানপূৰ্ণ সময়বোৰৰ মাজেৰে আমাৰ সপোনৰ প্ৰকল্প – জিঅ' ইনষ্টিটিউটক জীৱন্ত কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছো!'
'জিঅ' ইনষ্টিটিউট গৱেষণা, উদ্ভাৱনৰ বাবে এক বিশ্বমানৰ মঞ্চৰ সৈতে এক অনুকৰণীয় শৈক্ষিক প্ৰতিষ্ঠান হ'ব বুলি কল্পনা কৰা হৈছে আৰু ইয়াতেই হ'ব জীৱনজোৰা শিক্ষা। ই পৰৱৰ্তী প্ৰজন্মৰ গ্লোবেল লীডাৰসকলক প্ৰস্তুত কৰিব যিয়ে ভাৰত আৰু বিশ্বৰ উন্নতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। মহামাৰী স্বত্বেও, মই ঘোষণা কৰি আনন্দিত যে জিঅ' ইনষ্টিটিউট সম্পূৰ্ণৰূপে সাজু হৈছে। এই বছৰেই Navi Mumbaiত তেওঁলোকৰ চৌহদত শৈক্ষিক প্ৰক্ৰিয়া আৰম্ভ হ'ব।'
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|