• Home
  • »
  • News
  • »
  • nation
  • »
  • চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত মুকলি কৰা হ'ল ‘One-stop Breast Clinic’

চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত মুকলি কৰা হ'ল ‘One-stop Breast Clinic’

চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত আৰম্ভ কৰা হ'ল ৱান ষ্টপ ব্ৰেষ্ট ক্লিনিক

চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত আৰম্ভ কৰা হ'ল ৱান ষ্টপ ব্ৰেষ্ট ক্লিনিক

চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত আৰম্ভ কৰা হ'ল ৱান ষ্টপ ব্ৰেষ্ট ক্লিনিক

  • Share this:
চাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত আৰম্ভ কৰা হ'ল ৱান ষ্টপ ব্ৰেষ্ট ক্লিনিক। এই ক্লিনিকত মাত্ৰ দুঘণ্টাৰ ভিতৰত মূল্যায়ন, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পদ্ধতি নিৰূপণ কৰা হ'ব। ক্লিনিকখন মুকলি কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ চেয়াৰমেন নীতা আম্বানীয়ে।

বিশ্ব কৰ্কট ৰোগ দিৱসৰ দিনা ক্লিনিকখন মুকলি কৰা হয়। ক্লিনিকখন মুকলি কৰি নীতা আম্বানীয়ে কয় যে, 'আজি বিশ্ব কৰ্কট দিৱস। এই দিনটোত আমাৰ সকলোৰে দায়িত্ব হ'ব কৰ্কটমুক্ত এখন পৃথিৱী গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগোৱা।'

'আৰম্ভণিৰ পৰাই আমাৰ লক্ষ্য আছিল প্ৰত্যেক ভাৰতীয়ক সাধ্য অনুসৰি বিশ্বমানৰ চিকিৎসালয়  প্ৰদান কৰা। এগৰাকী ভাৰতীয় মহিলা হিচাপে গৰ্বিত যে, আমি ৱান ষ্টপ ব্ৰেষ্ট ক্লিনিক মুকলি কৰিবলৈ সক্ষম হৈছো।'- এনেদৰে কয় নীতা আম্বানীয়ে।
Published by:Himangshu Bhuyan
First published: