মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nirmala Sitharaman Interview after Budget 2023: Network18 ৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ Exclusive সাক্ষাৎকাৰ

Nirmala Sitharaman Interview after Budget 2023: Network18 ৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ Exclusive সাক্ষাৎকাৰ

দিনৰ ২ বজাৰ পৰা দেশৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট বিষয়ক বিভিন্ন তথ্যৰ লগতে আয়কৰ তথা Income Tax সন্দৰ্ভত বিস্তাৰভাৱে আলোচনা কৰিব।

দিনৰ ২ বজাৰ পৰা দেশৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট বিষয়ক বিভিন্ন তথ্যৰ লগতে আয়কৰ তথা Income Tax সন্দৰ্ভত বিস্তাৰভাৱে আলোচনা কৰিব।

  • Share this:
আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ২০২৩ সন্দৰ্ভত Network18 ৰ সৈতে বিশেষ আলোচনাত বহিব। দিনৰ ২ বজাৰ পৰা দেশৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট বিষয়ক বিভিন্ন তথ্যৰ লগতে আয়কৰ তথা Income Tax সন্দৰ্ভত বিস্তাৰভাৱে আলোচনা কৰিব।

এই সাক্ষাৎকাৰত বিত্ত মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা বাজেট ২০২৩ৰ উত্থাপিত বিভিন্ন বিষয়ত বহলভাৱে বুজাব। বিশেষকৈ নতুন আয়কৰ স্লেবৰ সুবিধা তথা ইয়াৰ দ্বাৰা কৰদাতাসকলে কিদৰে লাভাম্বিত হ’ব সেই বিষয়ে সকলোৰে মনত সৃষ্টি হোৱা প্ৰশ্নৰ উত্তৰ দিব বিত্ত মন্ত্ৰী সীতাৰমণে। লগতে পুৰণি আয়কৰ স্লেব আৰু নতুন আয়কৰ স্লেবৰ কোনটো উত্তম, কোনটোৰ জৰিয়তে একোজন কৰদাতায়ে কৰ পৰিশোধ কৰিব লাগিব সেই বিষয়েও বিস্তাৰভাৱে আলোচনা কৰিব।

শেহতীয়া বাতৰি