নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় শৰ্মাৰ আবেদনৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ত শুনানি

আনহাতে চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে ভুক্তভোগীৰ পিতৃ–মাতৃ আৰু দিল্লী চৰকাৰে কাষ চাপিছে পাতিয়ালা হাউছ ক’ৰ্টৰ।
আনহাতে চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে ভুক্তভোগীৰ পিতৃ–মাতৃ আৰু দিল্লী চৰকাৰে কাষ চাপিছে পাতিয়ালা হাউছ ক’ৰ্টৰ।
- News18 Assam
- Last Updated: February 13, 2020, 9:34 AM IST
আনহাতে চাৰিওজন দোষীৰ বিৰুদ্ধে নতুনকৈ ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে ভুক্তভোগীৰ পিতৃ–মাতৃ আৰু দিল্লী চৰকাৰে কাষ চাপিছে পাতিয়ালা হাউছ ক’ৰ্টৰ। বুধবাৰে শুনানি স্থগিত ৰখাৰ পিছত আজি বিয়লি ৩ বজাত হ’ব পৰৱৰ্তী শুনানি।
ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰীত নিম্ন আদালতে তিহাৰ জে’ল কৰ্তৃপক্ষৰ এখন আবেদন খাৰিজ কৰে। আবেদনখনত জেল কৰ্তৃপক্ষই দোষীক শাস্তি দিয়াৰ বাবে ডেথ ৱাৰেণ্ট বিচাৰিছিল। আদালতে কয়, ‘যেতিয়া দোষীক আইনে জীয়াই থকাৰ অনুমতি দিয়ে তেতিয়া ফাঁচীকাঠত ওলমোৱাটো পাপ।’