৩ মাৰ্চত নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ ফাঁচি, জাৰি কৰা হ’ল নতুন ডেথ ৱাৰেণ্ট

News18 Assam | News18-Assam
Updated:February 17, 2020, 4:39 PM IST
৩ মাৰ্চত নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ ফাঁচি, জাৰি কৰা হ’ল নতুন ডেথ ৱাৰেণ্ট
আজি দোষীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে ট্ৰায়েল ক’ৰ্টে।

আজি দোষীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে ট্ৰায়েল ক’ৰ্টে।

  • Share this:
বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে পুনৰ জাৰি কৰা হ’ল ডেথ ৱাৰেণ্ট। আজি দোষীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে ট্ৰায়েল ক’ৰ্টে। আদালতে ৩ মাৰ্চৰ পুৱা ৬ বজাত চাৰিওজন দোষীক ফাঁচি দিয়াৰ ঘোষণা কৰে। খবৰ অনুসৰি, দোষী বিনয় শৰ্মা আমৰণ অনশনত আছে। আদালতে তিহাৰ জে’লৰ অধীক্ষকক নিয়ম অনুসৰি দোষীক চোৱাচিতাৰ নিৰ্দেশ দিছে।
Published by: Sanjay Kumar Das
First published: February 17, 2020, 4:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি