உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ৰ পুনৰ বিচাৰৰ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি

    নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয়ৰ পুনৰ বিচাৰৰ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি

    ইয়াৰ উপৰি আজি উচ্চতম ন্যায়ালয়ত অধিবক্তা সঞ্জীব কুমাৰৰ গোচৰক লৈও হ’ব শুনানি।

    ইয়াৰ উপৰি আজি উচ্চতম ন্যায়ালয়ত অধিবক্তা সঞ্জীব কুমাৰৰ গোচৰক লৈও হ’ব শুনানি।

    ইয়াৰ উপৰি আজি উচ্চতম ন্যায়ালয়ত অধিবক্তা সঞ্জীব কুমাৰৰ গোচৰক লৈও হ’ব শুনানি।

    • Share this:
    নিৰ্ভয়া কাণ্ডৰ দোষী অক্ষয় কুমাৰ সিঙৰ পুনৰ বিচাৰৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ তিনি ন্যায়াধীশৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। ন্যায়াধীশ আৰ ভানুমতী, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠত হ’ব পুনৰ বিচাৰৰ আবেদনৰ শুনানি।

    ইয়াৰ উপৰি আজি উচ্চতম ন্যায়ালয়ত অধিবক্তা সঞ্জীব কুমাৰৰ গোচৰক লৈও হ’ব শুনানি। সঞ্জীৱ কুমাৰে দোষীক শীঘ্ৰে ফাঁচি দিয়াৰ দাবীত আবেদন দাখিল কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত।

    এই শুনানিৰ পূৰ্বে নিৰ্ভয়াৰ পিতৃয়ে কয় যে এই সন্দৰ্ভত দেশে যি ভাৱে ময়ো সেয়াই ভাৱো। উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰৰ আবেদন নিশ্চয় খাৰিজ হ’ব। চৰকাৰে যিদিনাখনেই সিদ্ধান্ত ল’ব, এই দেশত বলাৎকাৰৰ দৰে এটা ঘটনা সংঘটিত নহ’ব।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    Published by:Sanjay Kumar Das
    First published: