কেতিয়া শেষ হ’ব নিৰ্ভয়া কাণ্ডৰ দোষীৰ নাটক?
কেতিয়া শেষ হ’ব নিৰ্ভয়া কাণ্ডৰ দোষীৰ নাটক?
কেতিয়া ফাঁচি হ’ব নিৰ্ভয়া কাণ্ডৰ ৪দোষীৰ। এই দিনটোলৈ যেন বাট চাইছে সমগ্ৰ দেশবাসীয়ে। তিহাৰ জেলত বন্দী হৈ থকা ৪ দোষীয়ে ফাঁচীৰ দিন পিছুৱাৱলৈ তথা শাস্তি লাঘৱ কৰিবলৈ ৰচিছে এখনৰ পিছত আনখন নাটক।
সোমবাৰে ৰাজ্য আৰু নিৰ্ভয়াৰ পিতৃ–মাতৃৰ আবেদনৰ ভিত্তিত আজি হ’ব শুনানি। ইতিমধ্যে আকৌ এবাৰ আদালতত ৪ দোষীৰ বিৰুদ্ধে নতুনকৈ ডেথ ৱাৰেণ্ট জাৰি কৰিবলৈ আবেদন কৰা হৈছে। দোষী পৱনৰ হৈ আজি প্ৰথমবাৰৰ বাবে ওকালতি কৰিব নতুন অধিবক্তাই। তিহাৰ প্ৰশাসন আৰু নিৰ্ভয়াৰ পিতৃ–মাতৃয়ে চাৰিওটা লম্পটক অতি শীঘ্ৰে ফাঁচি দিবলৈ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিবলৈ আদালতত আবেদন জনাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|