
দেশ কঁপোৱা নিৰ্ভয়া কাণ্ডত দোষী সাব্যস্ত হোৱা আটাইকেইটা দোষীকে অহা ২০ মাৰ্চ তাৰিখে পুৱা ৫.৩০ বজাত ফাঁচি দিয়া হ’ব।
দেশ কঁপোৱা নিৰ্ভয়া কাণ্ডত দোষী সাব্যস্ত হোৱা আটাইকেইটা দোষীকে অহা ২০ মাৰ্চ তাৰিখে পুৱা ৫.৩০ বজাত ফাঁচি দিয়া হ’ব।
দেশ কঁপোৱা নিৰ্ভয়া কাণ্ডত দোষী সাব্যস্ত হোৱা আটাইকেইটা দোষীকে অহা ২০ মাৰ্চ তাৰিখে পুৱা ৫.৩০ বজাত ফাঁচি দিয়া হ’ব। কিন্তু মৃত্যুৰ ভয়ত এতিয়া প্ৰতিদিনেই নতুন নতুন নাটক ৰচনা কৰিছে আটাইকেইটা দোষীয়েই। উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ খাৰিজ কৰিলে অন্যতম দোষী মুকেশৰ আবেদন।
অন্যতম দোষী মুকেশৰ ‘Curative Petition’ খাৰিজ হোৱাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে একে জন ব্যক্তিৰে আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ন্যায়াধীশ অৰুণ মিশ্ৰৰে গঠিত খণ্ড বিচাৰপাঠে মুকেশ অধিবক্তাক আবেদন খন উঠাই নল’লে খাৰিজ কৰা হ’ব বুলি কোৱাত অধিবক্তা গৰাকীয়ে আবেদন উঠাই কৰে। কৰাৰ পাছতে মুকেশৰ আবেদন খন খাৰিজ কৰা হয় । মুকেশৰ লগতে চাৰিওটা দোষীক অহা মার্চৰ ২০ তাৰিখে ৰাতিপুৱা ৫.৩০ত ফাঁচী দিয়া হব ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|