দেশত মাংকীপক্স (Monkeypox)ৰ আতংক দিনে দিনে বৃদ্ধি পোৱাৰ মাজতে এইবাৰ ৰাজধানী দিল্লীত মাংকীপক্সৰ সংক্ৰমণৰ বাতৰি আহিছে। PTIৰ সূত্ৰত জনোৱা মতে এজন ৩৫ বছৰীয়া নাইজেৰিয়ান লোকৰ দেহত মাংকীপক্সৰ ভাইৰাছ ধৰা পৰিছে। অৱশ্যে দিল্লী (Delhi)ত বাস কৰা লোকজনৰ শেহতীয়া সময়ত কোনো বিদেশ ভ্ৰমণৰ তথ্য নাই।
উল্লেখ্য যে শনিবাৰে মাংকীপক্সত কেৰালা (Kerala)ত এজন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ পিছতে এইবাৰ দিল্লীত মাংকীপক্সত পজিটিভ লোক ধৰা পৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 01, 2022, 21:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।