News18IpsosExitPoll:হাৰিয়াণাতো ফুলিব পদুম! বিধস্ত কংগ্ৰেছ

দেশত যেন অব্যাহত আছে মোদীৰ ঢৌ

News18-Assam
Updated:October 21, 2019, 7:23 PM IST
News18IpsosExitPoll:হাৰিয়াণাতো ফুলিব পদুম! বিধস্ত কংগ্ৰেছ
দেশত যেন অব্যাহত আছে মোদীৰ ঢৌ
News18-Assam
Updated: October 21, 2019, 7:23 PM IST
দেশত যেন অব্যাহত আছে মোদীৰ ঢৌ। মহাৰাষ্ট্ৰৰ লগতে হাৰিয়াণাতো অক্ষুন্ন থাকিব বিজেপি চৰকাৰ।ews18 ৰ ExitPoll এ দিলে তাৰে স্পষ্ট ইংগিত। আজি ভোটগ্ৰহণ হোৱা হাৰিয়াণাত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। ExitPoll অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত আকৌ এবাৰ উজুটি খাইছে কংগ্ৰেছ দলে।

মুঠ আসন– ৯০

বিজেপি– ৭৫, কংগ্ৰেছ– ১০ জেজেপি–০২, অন্যান্য–০৩
আৰু চাওক পৰৱৰ্তী বাতৰি