News18 ইণ্ডিয়াই লাভ কৰিলে তিনিটা NT Award, CNN-News18য়ে পালে পাঁচটা

News18 Assam | News18-Assam
Updated:November 7, 2020, 10:26 AM IST
News18 ইণ্ডিয়াই লাভ কৰিলে তিনিটা NT Award, CNN-News18য়ে পালে পাঁচটা
News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে।

News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে।

  • Share this:
News18 ইণ্ডিয়াই তিনিটা কেটেগ’ৰীত নিউজ টেলিভিশ্যন এৱাৰ্ড লাভ কৰিছে। বেষ্ট প্ৰ’মো ফ’ৰ চেনেল কেটেগ’ৰীত লাভ কৰিছে বঁটা। লগতে বেষ্ট গ্ৰাউণ্ড এণ্ড ভাৰ্চুৱেল ইভেণ্ট ইনিচিয়েটিভৰ বাবে ‘চাচ বহু ঔৰ দেৱৰাণী ষ্টাৰদম’ এৱাৰ্ড লাভ কৰিছে। ইয়াৰ বাদেও বেষ্ট মাৰ্কেটিং ইনিচিয়েটিভ বাই এ নিউজ চেনেল কেটেগ’ৰীত ‘দীপাৱলী ধামাকা কণ্টেষ্ট’ পুৰষ্কাৰ লাভ কৰিছে।



News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত বেষ্ট প্ৰমো কেম্পেইনৰ বাবে #IndiaStayHome লাভ কৰিছে বঁটা। বেষ্ট এণ্টাৰটেইনমেণ্ট টক শ্ব’ত Bollywood Roundtableলে বঁটা লাভ কৰিছে। বেষ্ট নিউজ ডিবেট শ্ব’ৰ পুৰষ্কাৰ News Epicentre য়ে লাভ কৰিছে। বেষ্ট প্ৰমো শ্ব’ পেকেজিংৰ বাবে Battle For Delhi য়ে বঁটা লাভ কৰিছে। লগতে বেষ্ট টেকন’লজিকেল ইণ্টিভেশ্যন ইন নিউজ টেলিভিশ্যন কেটেগ’ৰীত Corona Wallএ পুৰষ্কাৰ লাভ কৰিছে।

এইবছৰ নিউজ টিভি এৱাৰ্ডত ১২০তা কেটেগ’ৰীত বিভিন্ন মিডিয়া গোষ্ঠী, সংবাদকৰ্মীক বঁটা প্ৰদান কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: November 7, 2020, 10:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি