News18 ইণ্ডিয়াই লাভ কৰিলে তিনিটা NT Award, CNN-News18য়ে পালে পাঁচটা

News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে।
News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে।
- News18 Assam
- Last Updated: November 7, 2020, 10:26 AM IST
Thank you, viewers, for making #NewsEpicentre the 'best news debate show' (English).
Join the show with @maryashakil only on CNN-News18. pic.twitter.com/d7HA8YDwDN
— CNNNews18 (@CNNnews18) November 6, 2020
News18ইণ্ডিয়াৰ লগতে গ্ৰুপৰ ইংৰাজী চেনেল CNN-News18য়ে পাঁচটা বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত বেষ্ট প্ৰমো কেম্পেইনৰ বাবে #IndiaStayHome লাভ কৰিছে বঁটা। বেষ্ট এণ্টাৰটেইনমেণ্ট টক শ্ব’ত Bollywood Roundtableলে বঁটা লাভ কৰিছে। বেষ্ট নিউজ ডিবেট শ্ব’ৰ পুৰষ্কাৰ News Epicentre য়ে লাভ কৰিছে। বেষ্ট প্ৰমো শ্ব’ পেকেজিংৰ বাবে Battle For Delhi য়ে বঁটা লাভ কৰিছে। লগতে বেষ্ট টেকন’লজিকেল ইণ্টিভেশ্যন ইন নিউজ টেলিভিশ্যন কেটেগ’ৰীত Corona Wallএ পুৰষ্কাৰ লাভ কৰিছে।