News18ExitPoll: মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি, ১৭ খন আসনতে সন্তুষ্ট কংগ্ৰেছ

আকৌ এবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি

News18-Assam
Updated:October 21, 2019, 6:47 PM IST
News18ExitPoll: মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি, ১৭ খন আসনতে সন্তুষ্ট কংগ্ৰেছ
আকৌ এবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি
News18-Assam
Updated: October 21, 2019, 6:47 PM IST
আকৌ এবাৰ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি। News18 ৰ ExitPoll এ দিলে তাৰে স্পষ্ট ইংগিত। আজি ভোটগ্ৰহণ হোৱা মহাৰাষ্ট্ৰত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। ExitPoll অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত আকৌ এবাৰ উজুটি খাইছে কংগ্ৰেছ দলে।

News18ExitPoll–

মুঠ আসন–২৮৮

বিজেপি– ১৪১, শিৱসেনা– ১০২, কংগ্ৰেছ– ১৭,  অন্যান্য– ০৪

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি