ইণ্টাৰনেট বন্ধ, CAA বিৰোধী প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰিছে অফলাইন Chat App

News18 Assam | News18-Assam
Updated:December 22, 2019, 2:46 PM IST
ইণ্টাৰনেট বন্ধ, CAA বিৰোধী প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰিছে অফলাইন Chat App
দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা

দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা

  • Share this:
দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। ইণ্টাৰনেট বন্ধ হ’ল কি হ’ল? বিহু প্ৰতিবাদকাৰীয়ে এতিয়া ব্যৱহাৰ কৰিছে বহু কেইটা অউলাইন Chat App। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীয়ে এতিয়া ব্যৱহাৰ কৰিছে Bridgefy, Fire-Chat আদি বিভিন্ন ধৰণৰ Chat App। প্ৰতিবাদকাৰীসকলে এই সেৱা হংকঙৰ CUE লৈ ব্যৱহাৰ কৰিছে। উল্লেখযোগ্য যে, Bridgefy, Fire-Chat এই দুয়োটা এপ হংকঙত হোৱা ৰাজনৈতিক সংকটৰ সময়ত ব্যাপক ভাবে প্ৰচলিত হোৱা দেখিবলৈ পোৱা গৈছিল।
Published by: Himangshu Bhuyan
First published: December 22, 2019, 2:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading