নদীত উটি যোৱা মহিলাক উদ্ধাৰ এন ডি আৰ এফৰ, চাওক ভিডিঅ’

News18-Assam
Updated:August 1, 2019, 9:50 PM IST
নদীত উটি যোৱা মহিলাক উদ্ধাৰ এন ডি আৰ এফৰ, চাওক ভিডিঅ’
source- NDTV India

১৫জনীয়া এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ কৰে মহিলাগৰাকীক

  • Share this:
ঘটনাটো সংঘটিত হৈছে গাজীপুৰত। ছিৰোনী গাঁৱৰ গোমতী নদীত পৰি যোৱা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰে এন ডি আৰ এফে। বুধবাৰে গোমতী নদীত মহিলাগৰাকী পৰাৰ পিছত ১৫জনীয়া এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ কৰে মহিলাগৰাকীক।নদীখনৰ কোবাল সোঁতে মহিলাগৰাকীক উটুৱাই নিয়াৰ সময়তে এন ডি আৰ এফ বাহিনীৰ দলটোৱেও নদীৰ পৰা সৌভাগ্য ক্ৰমে উদ্ধাৰ কৰে। মহিলাগৰাকীৰ নাম ললিতা দেৱী বুলি জানিব পৰা গৈছে। কিন্তু মহিলাগৰাকীয়ে নিজেই পাৰিবাৰিক কাৰণত নদী খনত জাপ দিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই!

 

First published: August 1, 2019, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading