• Home
  • »
  • News
  • »
  • nation
  • »
  • '২১ বছৰৰ তলৰ ছোৱালীক বিয়া দিব নোৱাৰিব'-গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

'২১ বছৰৰ তলৰ ছোৱালীক বিয়া দিব নোৱাৰিব'-গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

১৮ বছৰ পৰিৱৰ্তে এতিয়াৰ পৰা ২১ বছৰৰ পিছতহে ছোৱালীক বিয়া দিব পাৰিব।

১৮ বছৰ পৰিৱৰ্তে এতিয়াৰ পৰা ২১ বছৰৰ পিছতহে ছোৱালীক বিয়া দিব পাৰিব।

১৮ বছৰ পৰিৱৰ্তে এতিয়াৰ পৰা ২১ বছৰৰ পিছতহে ছোৱালীক বিয়া দিব পাৰিব।

  • Share this:
মোদী চৰকাৰ(Narendra Modi) কেবিনেটে ১৫ ডিচেম্বৰত মহিলাৰ বিবাহক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰ পৰা কন্যাৰ বিবাহৰ নূন্যতম বয়স হ'ব ১৮ ৰ পৰিৱৰ্তে ২১ বছৰ। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, কেবিনেটৰ মঞ্জুৰিৰ পিছত চৰকাৰে বাল্য বিবাহ নিষেধ অধিনিয়ম, ২০০৮ত এক সংশোধনী সংসদত উত্থাপন কৰিব। ইয়াৰ জৰিয়তে বিবাহ অধিনিয়ম আৰু হিন্দু বিবাহ অধিনিয়ম ১৯৫৫ৰ দৰে ব্যক্তিগত আইনত সংশোধন আনিব।

সংশোধন কৰা হ'ব বাল্য বিবাহ আইন। এতিয়াৰ পৰা ১৮ বছৰৰ পৰিৱৰ্তে ২১ বছৰ বয়সতহে ছোৱালীক(Girls Marriage) বিয়া দিব পাৰিব। উচিত সময়ত ছোৱালীক বিয়া দিবলৈ এই পদক্ষেপ  গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তক।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: