
ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ উদ্বেগজনক তথ্য।
ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ উদ্বেগজনক তথ্য।
NCRB-2017 প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। পূৰ্বৰ বৰ্ষৰ তুলনাত হোৰা হোৰে বাঢ়িছে অপৰাধৰ সংখ্যা। মহিলাজনিত অপৰাধৰ প্ৰেক্ষাপট অতিশয় চিন্তনীয়। মহিলাৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ ৰেকৰ্ড হৈছে উত্তৰ প্ৰদেশত (৫৬,০১১টা)। সমগ্ৰ দেশত সংঘটিত অপৰাধৰ এয়া ১৫.৬শতাংশ। ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
মহিলাৰ কাৰণে সৰ্বাধিক অসুৰক্ষিত পাঁচখন ৰাজ্য, ইয়াত সৰ্বাধিক অপৰাধ১. উত্তৰ প্ৰদেশঃ৫৬,০১১
২. মহাৰাষ্ট্ৰঃ৩১,৯৭৯
৩.পশ্চিম বংগঃ৩০,৯৯২
৪.মধ্য প্ৰদেশঃ২৯,৭৮৮
৫.ৰাজস্থানঃ২৫,৯৯৩
মহিলাৰ কাৰণে সৰ্বাধিক সুৰক্ষিত পাঁচখন ৰাজ্য, য’ত অপৰাধ কম১.লক্ষদ্বীপঃ৬
২.দাদৰ–নগৰ হাভেলীঃ২০
৩.দমন–ডিউঃ২৬
৪.নাগালেণ্ডঃ৭৯
৫.পুডুচেৰীঃ১৪৭
মহিলাৰ সৈতে অপকৰ্ম/গেং ৰেপ অথবা হত্যাৰ শীৰ্ষত থকা ৫খন ৰাজ্য১.উত্তৰ প্ৰদেশঃ৬৪
২.অসমঃ২৭৩.মহাৰাষ্ট্ৰঃ২৬
৪.মধ্য প্ৰদেশঃ২১
৫.ওড়িশাঃ০৯
স্বামী অথবা স্বামী পৰিয়ালৰ দ্বাৰা মহিলাৰ সৈতে নিষ্ঠুৰতা১.পশ্চিম বংগঃ১৬,৮০০
২.উত্তৰ প্ৰদেশঃ১২,৬৫৩
৩.ৰাজস্থানঃ১১,৫০৮
৪.অসমঃ৯৭৮২
৫.তেলেংগানাঃ৭৮৩৮
মহিলাৰ অপহৰণ ১.উত্তৰ প্ৰদেশঃ১৪,৯৯৩
২.মহাৰাষ্ট্ৰঃ৬২৪৮
৩.বিহাৰঃ৬১৮২
৪.অসমঃ৫৫৫৪৫.মধ্য প্ৰদেশঃ৫২০০
জোৰ জুলুমকৈ বিয়া কৰাবলৈ মহিলাৰ অপহৰণ বা উঠাই নিয়া কাৰ্য১.উত্তৰ প্ৰদেশঃ১২,৩৮২
২.বিহাৰঃ৪৭৭৭
৩.অসমঃ৩১৩৮৪.মধ্য প্ৰদেশঃ১৩৯২
৫.ৰাজস্থানঃ১৩৪১
মহিলাৰ মানৱ সৰবৰাহ১.মহাৰাষ্ট্ৰঃ১২৭
২.অসমঃ১০৭৩.তেলেংগানাঃ৭৭
৪.পশ্চিম বংগঃ৭১
৫.অন্ধ্ৰ প্ৰদেশ/মধ্য প্ৰদেশঃ৪২
মহিলাৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইম১.অসমঃ১৬৯২.পশ্চিম বংগঃ৬০
৩.তেলেংগানাঃ৩৯
৪.কৰ্ণাটকঃ৩৪
৫.মহাৰাষ্ট্ৰঃ৩১
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|