পঞ্জাৱ মন্ত্ৰীসভাৰ পৰা পদত্যাগ নৱজ্যোত সিং সিদ্ধুৰ

ৰাহুল গান্ধীলৈ ১০ জুনত প্ৰেৰণ কৰিছিল পদত্যাগপত্ৰ। আজি টুইটাৰযোগে ৰাজহুৱা কৰিলে পত্ৰখন।

News18-Assam
Updated:July 14, 2019, 12:57 PM IST
পঞ্জাৱ মন্ত্ৰীসভাৰ পৰা পদত্যাগ নৱজ্যোত সিং সিদ্ধুৰ
ৰাহুল গান্ধীলৈ ১০ জুনত প্ৰেৰণ কৰিছিল পদত্যাগপত্ৰ। আজি টুইটাৰযোগে ৰাজহুৱা কৰিলে পত্ৰখন।
News18-Assam
Updated: July 14, 2019, 12:57 PM IST
পঞ্জাৱ মন্ত্ৰীসভাৰ পৰা পদত্যাগ নৱজ্যোত সিং সিদ্ধুৰ। ৰাহুল গান্ধীলৈ ১০ জুনত প্ৰেৰণ কৰিছিল পদত্যাগপত্ৰ। আজি টুইটাৰযোগে ৰাজহুৱা কৰিলে পত্ৰখন। কংগ্ৰেছ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল সিদ্ধু। পৰ্যটন, সাংস্কৃতিক আৰু সংগ্ৰহালয় দপ্তৰৰ মন্ত্ৰী আছিল নৱজ্যোত সিং সিদ্ধু।

 

আৰু চাওক পৰৱৰ্তী বাতৰি