• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; জানো আহক ইয়াৰ ইতিহাস

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; জানো আহক ইয়াৰ ইতিহাস

এই বিশেষ দিনটোৰ পৰাই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে

  • Share this:
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰূপে পালন কৰে। উল্লেখ্য যে, ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল। এই দিনটোৰ পিছৰে পৰা প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই (পিচিআই) নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে।

ইতিহাস–

প্ৰেছ আয়োগে ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ এটা প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হৈছিল যি সেই চনৰে ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।

প্ৰেছ কাউন্সিল মানে কি?

ভাৰতৰ প্ৰেছ আয়োগে ১৯৫৬ চনত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপনৰ পৰামৰ্শৰে ই  সাংবাদিকতাত পেছাদাৰী নৈতিকতা বজাই ৰখাৰ সৰ্বেশ্ৰেষ্ঠ উপায় হ'ব বুলি সিদ্ধান্তত উপনীত হৈছিল।

১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ১৯৬৬ চনত ভাৰতীয় প্ৰেছ কাউন্সিল গঠন কৰা হৈছিল। বৰ্তমানৰ ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ হিচাপে আছে ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাই।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি