সোণৰ গহনা ক্ৰয়ৰ বাবে বিশেষ সুবিধা! সলনি হ’ব এই নিয়ম, চৰকাৰেও কৰিলে মঞ্জুৰ

News18-Assam
Updated:October 5, 2019, 1:21 PM IST
সোণৰ গহনা ক্ৰয়ৰ বাবে বিশেষ সুবিধা! সলনি হ’ব এই নিয়ম, চৰকাৰেও কৰিলে মঞ্জুৰ
সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে যদি এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ চৰকাৰে সলনি কৰিছে  গহনা ক্ৰয়ৰ কেইটামান বিশেষ নিয়ম

সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে যদি এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ চৰকাৰে সলনি কৰিছে  গহনা ক্ৰয়ৰ কেইটামান বিশেষ নিয়ম

  • Share this:
সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে যদি  এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ চৰকাৰে সলনি কৰিছে  গহনা ক্ৰয়ৰ কেইটামান বিশেষ নিয়ম। ইয়াৰ প্ৰভাব পৰিব ‘Jewelry Industries’ত। চৰকাৰৰ এই নতুন নিয়মৰ ফলত সুবিধা হ’ব সাধাৰণ গ্ৰাহকৰ।
শুকুৰবাৰে ‘Consumer Affairs’ মন্ত্ৰী ৰাম বিলাস পাচোৱানে কয় যে,  বানিজ্য মন্ত্ৰণালয়ে সোণৰ জুৱেলাৰীত বি আই এচ হ’ল মাৰ্কিঙ লগোৱাতো বাধ্যতামূলক কৰাত মঞ্জুৰী প্ৰদান কৰে। বানিজ্য বিভাগে ১ অক্টোবৰত এই প্ৰস্তাবক মঞ্জুৰ কৰে।

 
First published: October 5, 2019, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি