সোণৰ গহনা ক্ৰয়ৰ বাবে বিশেষ সুবিধা! সলনি হ’ব এই নিয়ম, চৰকাৰেও কৰিলে মঞ্জুৰ
News18-Assam Updated:October 5, 2019, 1:21 PM IST

সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে যদি এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ চৰকাৰে সলনি কৰিছে গহনা ক্ৰয়ৰ কেইটামান বিশেষ নিয়ম
সোণৰ গহনা ক্ৰয় কৰাৰ কথা ভাবিছে যদি এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ চৰকাৰে সলনি কৰিছে গহনা ক্ৰয়ৰ কেইটামান বিশেষ নিয়ম
- News18 Assam
- Last Updated: October 5, 2019, 1:21 PM IST
শুকুৰবাৰে ‘Consumer Affairs’ মন্ত্ৰী ৰাম বিলাস পাচোৱানে কয় যে, বানিজ্য মন্ত্ৰণালয়ে সোণৰ জুৱেলাৰীত বি আই এচ হ’ল মাৰ্কিঙ লগোৱাতো বাধ্যতামূলক কৰাত মঞ্জুৰী প্ৰদান কৰে। বানিজ্য বিভাগে ১ অক্টোবৰত এই প্ৰস্তাবক মঞ্জুৰ কৰে।