নিৰ্বাচনী প্ৰতিশ্ৰুতি ঠিকেই দিয়া হয়, তাৰিখো নিৰ্ধাৰণ কৰে, কিন্তু সমস্যাহে সমাধান নহয়ঃ প্ৰধানমন্ত্ৰী মোদী

News18 Assam | News18-Assam
Updated:February 3, 2020, 8:23 PM IST
নিৰ্বাচনী প্ৰতিশ্ৰুতি ঠিকেই দিয়া হয়, তাৰিখো নিৰ্ধাৰণ কৰে, কিন্তু সমস্যাহে সমাধান নহয়ঃ প্ৰধানমন্ত্ৰী মোদী
Source-Google

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

  • Share this:
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীব্ৰ সমালোচনা কৰে আম আদমী পাৰ্টী আৰু কংগ্ৰেছক।  দিল্লীত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ’লে উন্নয়ন অধিক তীব্ৰতৰ হ’ব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, দেশতকৈ একো ডাঙৰ হ’ব নোৱাৰে। দেশৰ বাবে আমাৰ সংকল্প আছে। দশক দশক ধৰি দেশত থকা সমস্যা সমাধানৰ পথ আমি নিৰ্মাণ কৰিছো।। নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া হয়, তাৰিখো নিৰ্ধাৰণ কৰা হয়। কিন্তু সমস্যা সমাধান হে নহয়। মোৰ কাৰণে দেশ সদায় আগত। দিল্লীৰ জনসাধাৰণক আমি এক ডাঙৰ সমস্যাৰ পৰা মুক্ত কৰিলো। দিল্লীত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত দিল্লীৰ উন্নয়ণৰ যাত্ৰা অধিক তীব্ৰতৰ হ’ব।’

আৰু চাওক
পৰৱৰ্তী বাতৰি