চীনা সেনাৰ আক্ৰমণত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ২০ জন জোৱান, গুৰুতৰ ভাবে আহত ৪৫জন, জাৰি কৰিলে শ্বহীদ হোৱা জোৱানৰ তালিকা

লাডাখত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত এতিয়া সংঘাতে জটিল ৰূপ লৈছে
লাডাখত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত এতিয়া সংঘাতে জটিল ৰূপ লৈছে
- News18 Assam
- Last Updated: June 17, 2020, 4:39 PM IST
লাডাখত হোৱা আক্ৰমণত কৰ্নেল সন্তোষ বাবুৰ লগতে ১৯ জন জোৱান শ্বহীদ হৈছে। ইয়াৰ মাজত আছে নায়ব চুবেডাৰ সতনাম সিং আৰু মনদ্বীপ সিঙৰ লগতে বিহাৰ ৰেজিমেণ্টৰ ১২, পঞ্জাৱ ৰেজিমেণ্টৰ তিনিজন , ৮১ এম পি এচ চি ৰেজিমেণ্টৰ এজন আৰু ৮১ ফিল্ড ৰেজিমেণ্টৰ এজন জোৱান।
চীনৰ আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় সেনা-
- নায়ব চুবেডাৰ সতনাম সিং
- নায়ব সুবেডাৰ মনদ্বীপ সিং
- কৰ্নেল সন্তোষ বাবু।
- নায়ব চুবেডাৰ নন্দুৰাম চৌহান।
- নায়ব চুবেডাৰ দীপক সিং।
- চিপাহী কুন্দন কুমাৰ।
- চিপাহী অমন কুমাৰ।
- চিপাহী চন্দন কুমাৰ।
- চিপাহী গনেশ হজদা।
- চিপাহী গনেশ ৰাম।
- চিপাহী কেকে অ’ঝা।
- চিপাহী ৰাজেশ ঔৰাব।
- চিপাহী চিকে প্ৰধান।
- চিপাহী সুনীল কুমাৰ।
- চিপাহী জয় কিশোৰ সিং।
৮১ এম পি এচ চি ৰেজিমেণ্ট-
- হাবিলদাৰ চিপাহী বিপুল ৰায়।
পঞ্জাৱ ৰেজিমেণ্ট-
- চিপাহী গুৰুতেজ সিং।
- চিপাহী অংকুশ।
- চিপাহী গুৰুবিন্দৰ সিং।
৮১ ফীল্ড ৰেজিমেণ্ট
- হাবিলদাৰ কে পলানী