চীনা সেনাৰ আক্ৰমণত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ২০ জন জোৱান, গুৰুতৰ ভাবে আহত ৪৫জন, জাৰি কৰিলে শ্বহীদ হোৱা জোৱানৰ তালিকা

News18 Assam | News18-Assam
Updated:June 17, 2020, 4:39 PM IST
চীনা সেনাৰ আক্ৰমণত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ ২০ জন জোৱান, গুৰুতৰ ভাবে আহত ৪৫জন, জাৰি কৰিলে শ্বহীদ হোৱা জোৱানৰ তালিকা
লাডাখত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত এতিয়া সংঘাতে জটিল ৰূপ লৈছে

লাডাখত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত এতিয়া সংঘাতে জটিল ৰূপ লৈছে

  • Share this:
ভাৰত আৰু চীনৰ সৈনিকৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধত শ্বহীদ হ’ল ২০ জন ভাৰতীয় সেনা। গুৰুতৰ ভাবে আহত হৈছে ৪৫ জন জোৱান। লাডাখত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত এতিয়া সংঘাতে জটিল ৰূপ লৈছে। ইয়াৰ মাজতে শ্বহীদ হোৱা ভাৰতীয় সেনাৰ লিষ্ট জাৰি কৰা হৈছে।

লাডাখত হোৱা আক্ৰমণত কৰ্নেল সন্তোষ বাবুৰ লগতে ১৯ জন জোৱান শ্বহীদ হৈছে। ইয়াৰ মাজত আছে নায়ব চুবেডাৰ সতনাম সিং আৰু মনদ্বীপ সিঙৰ লগতে বিহাৰ ৰেজিমেণ্টৰ ১২, পঞ্জাৱ ৰেজিমেণ্টৰ তিনিজন , ৮১ এম পি এচ চি ৰেজিমেণ্টৰ এজন আৰু ৮১ ফিল্ড ৰেজিমেণ্টৰ এজন জোৱান।

চীনৰ আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় সেনা-


  • নায়ব চুবেডাৰ সতনাম সিং

  • নায়ব সুবেডাৰ মনদ্বীপ সিং



বিহাৰ ৰেজিমেণ্ট-

  • কৰ্নেল সন্তোষ বাবু।

  • নায়ব চুবেডাৰ নন্দুৰাম চৌহান।

  • নায়ব চুবেডাৰ দীপক সিং।

  • চিপাহী কুন্দন কুমাৰ।

  • চিপাহী অমন কুমাৰ।

  • চিপাহী চন্দন কুমাৰ।

  • চিপাহী গনেশ হজদা।

  • চিপাহী গনেশ ৰাম।

  • চিপাহী কেকে অ’ঝা।

  • চিপাহী ৰাজেশ ঔৰাব।

  • চিপাহী চিকে প্ৰধান।

  • চিপাহী সুনীল কুমাৰ।

  • চিপাহী জয় কিশোৰ সিং।


৮১ এম পি এচ চি ৰেজিমেণ্ট-

  • হাবিলদাৰ চিপাহী বিপুল ৰায়।


পঞ্জাৱ ৰেজিমেণ্ট-

  • চিপাহী গুৰুতেজ সিং।

  • চিপাহী অংকুশ।

  • চিপাহী গুৰুবিন্দৰ সিং।


৮১ ফীল্ড ৰেজিমেণ্ট

  • হাবিলদাৰ কে পলানী

First published: June 17, 2020, 2:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading