Nagaland Board Results 2019: প্ৰকাশ দশম–দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট, কেনেকৈ বিচাৰিব ৰিজাল্ট

২০১৮ত নাগালেণ্ড ব’ৰ্ড অব স্কুল এডুকেশ্যনৰ দশম শ্ৰেণীত ৬১.৮৬ শতাংশ আৰু দ্বাদশত ৭৯.২১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব।

news18assam
Updated:May 2, 2019, 12:37 PM IST
Nagaland Board Results 2019: প্ৰকাশ দশম–দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট, কেনেকৈ বিচাৰিব ৰিজাল্ট
২০১৮ত নাগালেণ্ড ব’ৰ্ড অব স্কুল এডুকেশ্যনৰ দশম শ্ৰেণীত ৬১.৮৬ শতাংশ আৰু দ্বাদশত ৭৯.২১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব।
news18assam
Updated: May 2, 2019, 12:37 PM IST
Nagaland 10th,12th Board Result 2019: নাগালেণ্ড ব’ৰ্ডৰ আজি দশম–দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট ঘোষণা। নাগালেণ্ড ব’ৰ্ড অব স্কুল এডুকেশ্যন (NBSE) ৰিজাল্টৰ ঘোষণা NBSEৰ অফিচিয়েল বেৱছাইট nbsenagaland.com ত।

Nagaland 10th,12th Board Result 2019: নাগালেণ্ড ব’ৰ্ডৰ আজি দশম–দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট ঘোষণা। নাগালেণ্ড ব’ৰ্ড অব স্কুল এডুকেশ্যন (NBSE) ৰিজাল্টৰ ঘোষণা NBSEৰ অফিচিয়েল বেৱছাইট nbsenagaland.com ত। শিক্ষাৰ্থীসকলে নিজৰ ফলাফল ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট চেক কৰিব পাৰে। ইয়াৰোপৰি অন্য বহুকেইটা ৱেবছাইট আছে, য’ত আপুনি পৰীক্ষাৰ ফলাফল চাব পাৰে

অফিচিয়েল বেৱছাইটৰ ওপৰি অন্য ৫টা ৱেবছাইট হ’ল, য’ত চেক কৰিব পাৰে পৰীক্ষাৰ ফলাফল–

-indiaresults.com

-examresults.net

-schools9.com

-exametc.com

-knowyourresult.com

Nagaland 10th,12th Board Result ৰ ফলাফল চেক কৰক এনেকৈ–
-nbsenagaland.com ৱেবছাইটত যাওক
-HSLC আৰু HSSLC Result 2019 লিংকত ক্লিক কৰক
–ক্লাছ বাছনি কৰক আৰু জৰুৰী জানকাৰী ভৰ্তি কৰক
–ৰিজাল্ট pdf ফৰমেটত থাকিব

পৰীক্ষাৰ্থীয়ে ৱেবছাইটৰ ওপৰি SMSৰ জৰিয়তেও পৰীক্ষাৰ ফলাফল নিৰীক্ষণ কৰিব পাৰে। SMSৰ জৰিয়তে বিচাৰি পাব ফলাফলত শিক্ষাৰ্থীৰ নাম আৰু নম্বৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি