১৫ নৱেম্বৰত নতুন দিল্লীত নগা চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা

NEWS18ক এই কথা জনালে NNPGsৰ সহ-আহ্বায়কে। স্বাক্ষৰ কৰিব নগাৰ প্ৰতিটো সংগঠনে।

News18-Assam
Updated:November 3, 2019, 9:02 AM IST
১৫ নৱেম্বৰত নতুন দিল্লীত নগা চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা
NEWS18ক এই কথা জনালে NNPGsৰ সহ-আহ্বায়কে। স্বাক্ষৰ কৰিব নগাৰ প্ৰতিটো সংগঠনে।
News18-Assam
Updated: November 3, 2019, 9:02 AM IST
১৫ নৱেম্বৰত হ’ব পাৰে নগা চুক্তি। নতুন দিল্লীতে নগা চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা। চুক্তিত আলোচনাত অংশগ্ৰহণ কৰা সকলো গোটে কৰিব স্বাক্ষৰ। NEWS18ক এই কথা জনালে NNPGsৰ সহ-আহ্বায়কে। স্বাক্ষৰ কৰিব নগাৰ প্ৰতিটো সংগঠনে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি