মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Viral Video: বয়ফ্ৰেণ্ডক লৈ কাজিয়া! শ্বপিং মলৰ ভিতৰতে চুলিত ধৰি প্ৰচণ্ড মাৰপিট এদল যুৱতীৰ মাজত, চাওক Video

Viral Video: বয়ফ্ৰেণ্ডক লৈ কাজিয়া! শ্বপিং মলৰ ভিতৰতে চুলিত ধৰি প্ৰচণ্ড মাৰপিট এদল যুৱতীৰ মাজত, চাওক Video

News18 Assam | News18-Assam
Updated:September 25, 2021, 10:16 AM IST
Viral Video: বয়ফ্ৰেণ্ডক লৈ কাজিয়া! শ্বপিং মলৰ ভিতৰতে চুলিত ধৰি প্ৰচণ্ড মাৰপিট এদল যুৱতীৰ মাজত, চাওক Video
যুৱতীকেইগৰাকী একেখন কলেজৰে বুলি জানিব পৰা হৈছে। যুৱতীকেইগৰাকী একেখন কলেজৰে বুলি জানিব পৰা হৈছে।

যুৱতীকেইগৰাকী একেখন কলেজৰে বুলি জানিব পৰা হৈছে। যুৱতীকেইগৰাকী একেখন কলেজৰে বুলি জানিব পৰা হৈছে।

  • News18 Assam
  • Last Updated: September 25, 2021, 10:16 AM IST
  • Share this:
শ্বপিং মলত এয়া কি কাণ্ড! বহুকেইগৰাকী যুৱতীৰ মাজত দুৰ্বাদল কাজিয়া। চুলিত ধৰিছে, চৰ মাৰিছে, মাটিত দিছে বগৰায়। এনে এক ঘটনাৰে সাক্ষী হ'ল মুজাফৰপুৰৰ এটা শ্বপিং মলৰ ভিতৰত।

জনা গৈছে যে, বয়ফ্ৰেণ্ড সংক্ৰান্তীয় কোনো সমস্যাৰ পৰাই সূত্ৰপাত হয় কাজিয়াৰ। আৰু শেষত হয়গৈ হতাহতি। যুৱতীকেইগৰাকী একেখন কলেজৰে বুলি জানিব পৰা হৈছে।



যদিও ঘটনাৰ সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই, ছচিয়েল মিডিয়াত এই ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে। নেটিজেনৰ কথা মতে, 'গলি বয়' ছবিৰ আলিয়া ভাটৰ চৰিত্ৰক ৰাস্তাত দেখা গৈছে!
Published by: Himangshu Bhuyan
First published: September 25, 2021, 10:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি