• Home
  • »
  • News
  • »
  • nation
  • »
  • ৫ মিনিট ৪৯ ছেকেণ্ডৰ এটা ভিডিঅ’, আপুনি ১ ছেকেণ্ডো চকু আঁতৰাই নিব নোৱাৰিব!

৫ মিনিট ৪৯ ছেকেণ্ডৰ এটা ভিডিঅ’, আপুনি ১ ছেকেণ্ডো চকু আঁতৰাই নিব নোৱাৰিব!

হাতত বন্দুক লৈ দেশৰক্ষাৰ হকে সদাব্যস্ত সৈনিকসকলৰ এই ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে।

  • Share this:
    ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’। ভিডিঅ’টোত কেইজমান ভাৰতীয় সেনাৰ জোৱানে তুলিছে সংগীতৰ লহৰ। সন্মুখত এজাক মানুহ। বাঁহীৰ সুৰেৰে উপস্থিত সকলোকে সন্মোহিত কৰি ৰাখিছে সেনা জোৱানকেইজনে। সাধাৰণতে, হাতত বন্দুক লৈ দেশৰক্ষাৰ হকে সদাব্যস্ত সৈনিকসকলৰ এই ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছে। Jammu-Kashmir Now নামৰ পেজটোৱে শ্বেয়াৰ কৰা ভিডিঅ’টো ৫৩ লাখতকৈ অধিক লোকে চাইছে।

    চাওক ভিডিঅ’টো :
    First published: