TRP স্কেমঃ CNN-NEWS18ৰ বিৰুদ্ধে ষড়যন্ত্ৰ, BARCৰ প্ৰাক্তন CEOক জগৰীয়া

News18 Assam | News18-Assam
Updated:December 26, 2020, 11:28 AM IST
TRP স্কেমঃ CNN-NEWS18ৰ বিৰুদ্ধে ষড়যন্ত্ৰ, BARCৰ প্ৰাক্তন CEOক জগৰীয়া
সমগ্ৰ টিআৰপি কেলেংকাৰীৰ সৈতে জড়িত আছিল BARCৰ প্ৰাক্তন CEO পাৰ্থ দাসগুপ্তা। তেওঁ এটা নিউজ চেনেলক শীৰ্ষত থবলৈ CNN-NEWS18ৰ বিৰুদ্ধে ৰচিছিল গভীৰ ষড়যন্ত্ৰ।

সমগ্ৰ টিআৰপি কেলেংকাৰীৰ সৈতে জড়িত আছিল BARCৰ প্ৰাক্তন CEO পাৰ্থ দাসগুপ্তা। তেওঁ এটা নিউজ চেনেলক শীৰ্ষত থবলৈ CNN-NEWS18ৰ বিৰুদ্ধে ৰচিছিল গভীৰ ষড়যন্ত্ৰ।

  • News18 Assam
  • Last Updated: December 26, 2020, 11:28 AM IST
  • Share this:
টিআৰপি স্কেমৰ সন্দৰ্ভত ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে। ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউঞ্চিলে এটা প্ৰেছ ষ্টেটমেণ্টৰ জৰিয়তে এই সন্দৰ্ভত জানিবলৈ দিছে। কোৱা হৈছে যে, টিআৰপি স্কেমৰ সৈতে জড়িত আছিল পূৰ্বৰ CEO পাৰ্থ দাসগুপ্তা।

এটা বিশেষ নিউজ চেনেলক আগত ৰাখিবলৈ CNN-NEWS18ৰ বিৰুদ্ধে পাৰ্থ দাসগুপ্তাই ৰচিছিল গভীৰ ষড়যন্ত্ৰ। সেই চেনেলটোক অধিক সংখ্যক লোকৰ ওচৰলৈ নিবলৈ CNN-NEWS18ক প্ৰতাৰণা কৰিছিল।

মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে বৃহস্পতিবাৰে পাৰ্থক পুণেৰ পৰা গ্ৰেপ্তাৰ কৰে। টিআৰপি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পাৰ্থ সহ এই পৰ্যন্ত ১৫গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: December 25, 2020, 7:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি