ছমাহতে মোহ ভংগ! কংগ্ৰেছ দল ত্যাগ কৰিলে অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে

News18-Assam
Updated:September 10, 2019, 3:59 PM IST
ছমাহতে মোহ ভংগ! কংগ্ৰেছ দল ত্যাগ কৰিলে অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে
যেন লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈহে কংগ্ৰেছ দলত যোগদান কৰিছিল!

যেন লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈহে কংগ্ৰেছ দলত যোগদান কৰিছিল!

  • News18 Assam
  • Last Updated: September 10, 2019, 3:59 PM IST
  • Share this:
অথন্তৰ! বিপৰ্যয়ে লগ এৰা নাই কংগ্ৰেছ দলক। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলত যোগদান কৰা বলীউডৰ ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে ত্যাগ কৰিলে কংগ্ৰেছ দল।

লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি পৰাজয়ৰবৰণ কৰা উৰ্মিলাৰ যেন মাত্ৰ ৬ মাহতে কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ ঘটিল। উৰ্মিলাই কিয় দলত্যাগ কৰিলে সেই কথা এতিয়া লৈকে স্পষ্ট হোৱা নাই যদিও, মুম্বাই কংগ্ৰেছত শেহতীয়াকৈ চলি থকা ক্ষমতা কেন্দ্ৰীক বিবাদেই অভিনেত্ৰীগৰাকীয়ে দলত্যাগ কৰা অন্যতম কাৰণ বুলি অভিহিত কৰিছে বিভিন্ন জনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি