உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 2Gতে সীমাবদ্ধ হৈ আছিল ভাৰতবৰ্ষ, ইয়াৰ পৰা দেশবাসীক মুক্তি দিছে জিঅ’ইঃ মুকেশ আম্বানী

    2Gতে সীমাবদ্ধ হৈ আছিল ভাৰতবৰ্ষ, ইয়াৰ পৰা দেশবাসীক মুক্তি দিছে জিঅ’ইঃ মুকেশ আম্বানী

    মুকেশ আম্বানীৰ মতে,ভাৰতত 2G টেলিকম ইণ্ডাষ্ট্ৰী গঢ়োতে ২৫ বছৰ লাগিছিল। কিন্তু মাত্ৰ ৩ বছৰৰ ভিতৰতে জিঅ’ই 4G নেটৱৰ্ক সেৱা গঢ়ি তুলিলে।

    • Share this:
    দেশক কেৱল আত্মনিৰ্ভৰেই নহয়, ডিজিটেলী উন্নত কৰি তুলিবলৈ বদ্ধ পৰিকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱা ১৫ আগষ্টৰ দিনাই ডিজিটেল ভাৰত গঢ়াৰ লক্ষ্যৰে তিনিটা ডাঙৰ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। সেয়া হ’ল নেচনেল ডিজিটেল হেলথ মিছন, চাইবাৰ চিকিউৰিটী পলিচী আৰু ১০০০ দিনৰ ভিতৰত দেশৰ ৬ লাখ গাঁৱত অপটিকেল ফাইবাৰ কানেকশ্যন দিয়া। সমগ্ৰ বিশ্ব এতিয়া প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল।

    TM Forum's Digital Transformation world Series 2020ত বক্তব্য ৰাখি মুকেশ আম্বানীয়ে কয় যে, ভাৰতে প্ৰথম দুই শল্প বিপ্লৱ আৰু তাৰ বাবে যি পৰিৱৰ্তন আহিছিল, সেই সুযোগ ল’ব নোৱাৰিলে। জিঅ’ অহাৰ আগলৈকে ভাৰতবৰ্ষ 2Gতে আবদ্ধ হৈ আছিল। কিন্তু জিঅ’ মুকলি হোৱাৰ পিছতে দেশবাসীক ইয়াৰ পৰা মুক্তি দিলে। দূৰ কৰিলে ডাটাৰ সমস্যা। মুকেশ আম্বানীৰ মতে,ভাৰতত 2G টেলিকম ইণ্ডাষ্ট্ৰী গঢ়োতে ২৫ বছৰ লাগিছিল। কিন্তু মাত্ৰ ৩ বছৰৰ ভিতৰতে জিঅ’ই 4G নেটৱৰ্ক সেৱা গঢ়ি তুলিলে।
    Published by:Himangshu Bhuyan
    First published: