• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিলায়েন্সৰ চেয়াৰমেন মুকেশ আম্বানী দেশৰ সকলোতকৈ ধনী ব্যক্তি, গৌতম আদানী দ্বিতীয় স্থানত

ৰিলায়েন্সৰ চেয়াৰমেন মুকেশ আম্বানী দেশৰ সকলোতকৈ ধনী ব্যক্তি, গৌতম আদানী দ্বিতীয় স্থানত

Forbes Rich List 2021- ৰিলায়েন্সৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ২০০৮ চনৰ পৰা একেৰাহে শীৰ্ষ স্থান দখল কৰি আহিছে।

  • Share this:
দেশৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত মুকেশ আম্বানীয়ে শীৰ্ষস্থান দখল কৰিছে। Forbes Rich List 2021 অনুসৰি, মুকেশ আম্বানীয়ে চন ২০০৮ৰ পৰা একেৰাহে নম্বৰ ৱান ভাৰতীয় আৰৱপতি হিচাপে পৰিগণিত হৈ আহিছে।

মুকেশ আম্বানীয়ে নিজৰ সম্পত্তিত ৪ আৰৱ ডলাৰ সংযোগ কৰিছে। বৰ্তমান মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণে প্ৰায় ৯৩ বিলিয়ন ডলাৰ অতিক্ৰয় কৰিলে।

মুকেশ আম্বানীৰ পিছত গৌতম আদানী ৭৪.৮ বিলিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ দ্বিতীয় স্থানত আছে। HCL techৰ সংস্থাপক শিৱ নাডৰ ৩১ আৰৱ ডলাৰ সম্পত্তিৰে তালিকাৰ তৃতীয় স্থান আছে। Forbesৰ ৰিপৰ্ট অনুসৰি, কোৰোণা মহামাৰীৰ এনে সময়ছোৱাতো ভাৰতত সকলোতকৈ ধনী ব্যক্তিসকলে নিজৰ সম্পত্তি ৫০ শতাংশ বৃদ্ধি কৰিলে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি