Mubadala-Reliance Retail deal: ৰিলায়েন্স ৰিটেইলত ৬,২৪৭.৫ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা মুবাডালাৰ

তিনিটা সপ্তাহত পঞ্চমটো বিদেশী বিনিয়োগ
তিনিটা সপ্তাহত পঞ্চমটো বিদেশী বিনিয়োগ
- News18 Assam
- Last Updated: October 1, 2020, 9:14 PM IST
এইবাৰ আবুধাবিৰ প্ৰতিষ্ঠান মুবাডালা ইনভেষ্টমেণ্ট কোম্পানীয়ে ৬,২৪৭.৫ কোটি টকা ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। মুকেশ আম্বানীৰ ৰিটেইল ইউনিটৰ ১.৪ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে মুবাডালাই। যোৱা তিনি সপ্তাহৰ ভিতৰত এয়া হ’ল ৰিলায়েন্স ৰিটেইলত পঞ্চমটো বিদেশী বিনিয়োগ।