Mubadala-Reliance Retail deal: ৰিলায়েন্স ৰিটেইলত ৬,২৪৭.৫ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা মুবাডালাৰ

News18 Assam | News18-Assam
Updated:October 1, 2020, 9:14 PM IST
Mubadala-Reliance Retail deal: ৰিলায়েন্স ৰিটেইলত ৬,২৪৭.৫ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা মুবাডালাৰ
 তিনিটা সপ্তাহত পঞ্চমটো বিদেশী বিনিয়োগ

 তিনিটা সপ্তাহত পঞ্চমটো বিদেশী বিনিয়োগ

  • Share this:
বিদেশী বিনিয়োগকাৰীৰ বাবে এতিয়া অন্যতম নিৰ্ভৰযোগ্য তথা বিশ্বাসী প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈছে ৰিলায়েন্স। জিঅ’ প্লেটফৰ্মৰ পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিছে ইটোৰ পিছত সিটো বিদেশী কোম্পানীয়ে।

এইবাৰ আবুধাবিৰ প্ৰতিষ্ঠান মুবাডালা ইনভেষ্টমেণ্ট কোম্পানীয়ে ৬,২৪৭.৫ কোটি টকা ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে। মুকেশ আম্বানীৰ ৰিটেইল ইউনিটৰ ১.৪ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে মুবাডালাই। যোৱা তিনি সপ্তাহৰ ভিতৰত এয়া হ’ল ৰিলায়েন্স ৰিটেইলত পঞ্চমটো বিদেশী বিনিয়োগ।
Published by: Himangshu Bhuyan
First published: October 1, 2020, 8:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading