உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বিমানৰ ভিতৰতে সন্তান প্ৰসৱ, বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ বিমানৰ

    বিমানৰ ভিতৰতে সন্তান প্ৰসৱ, বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ বিমানৰ

    আকাশীমাৰ্গতে সন্তান প্ৰসৱ থাইলেণ্ডৰ মহিলাৰ।

    আকাশীমাৰ্গতে সন্তান প্ৰসৱ থাইলেণ্ডৰ মহিলাৰ।

    আকাশীমাৰ্গতে সন্তান প্ৰসৱ থাইলেণ্ডৰ মহিলাৰ।

    • Share this:
    আকাশমাৰ্গত বিমানৰ ভিতৰতে সন্তান প্ৰসৱ। আকাশীপথতে মাতৃ গৰ্ভৰ পৰা ওলাই পৃথিৱীৰ পোহৰ দেখিলে নৱজাতকে। মঙলবাৰে পুৱাই ঘটিল এই ঘটনা। থাইলেণ্ডৰ এগৰাকী মহিলাই আকাশীপথতে জন্ম দিলে সন্তান। দোহাৰ পৰা ওমানলৈ গৈ আছিল কাটাৰ এয়াৰলাইন্সৰ বিমানখন। মহিলাগৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাত বিমান পৰিচাৰিকাসকলে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁলোকৰ সহযোগত বিমানৰ ভিতৰতে সন্তানটি জন্ম দিয়ে মহিলাগৰাকীয়ে। ইয়াৰ কাৰণেই কলকাতা বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰোৱা হয় বিমানখনৰ। মহিলাগৰাকীক কলকাতাৰ এখন বেচৰকাৰী হাস্পতাললৈ পৰৱৰ্তী সময়ত নিয়া হয়। মাতৃ–সন্তান দুয়ো সুস্থ থকাৰ কথা প্ৰকাশ।
    Published by:Tulika Devi
    First published: