প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাৰ দেহাৱসান

News18-Assam
Updated:May 27, 2019, 12:15 PM IST
প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাৰ দেহাৱসান
নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ৩ বাৰৰ সাংসদ চুব্বাৰ। ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত হৃদ ৰোগত আক্ৰান্ত হৈছিল চুব্বা।

নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ৩ বাৰৰ সাংসদ চুব্বাৰ। ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত হৃদ ৰোগত আক্ৰান্ত হৈছিল চুব্বা।

  • Share this:
প্ৰাক্তন কংগ্ৰেছী সাংসদ মণি কুমাৰ চুব্বাৰ দেহাৱসান। নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ৩ বাৰৰ সাংসদ চুব্বাৰ। ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত হৃদ ৰোগত আক্ৰান্ত হৈছিল চুব্বা। হৃদৰোগৰ বাবে পক্ষাঘাতত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন সাংসদগৰাকী।



১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল চুব্বাই। নাওবৈচা সমষ্টিৰ বিধায়ক হিচাপেও প্ৰতিনিধিত্ব কৰিছিল চুব্বাই।

মণি কুমাৰ চুব্বাৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছাঁ বিৰাজমান।

 

 
First published: May 27, 2019, 7:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি