মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Budget Day coverage: শীৰ্ষত Moneycontrol

Budget Day coverage: শীৰ্ষত Moneycontrol

News18 Assam | News18-Assam
Updated:February 10, 2021, 3:25 PM IST
Budget Day coverage: শীৰ্ষত Moneycontrol
পূৰ্বৰ সকলো ট্ৰেফিক ৰেকৰ্ড ভংগ কৰি বাজেট দ্যে কভাৰেজৰ শীৰ্ষত Moneycontrol।

পূৰ্বৰ সকলো ট্ৰেফিক ৰেকৰ্ড ভংগ কৰি বাজেট দ্যে কভাৰেজৰ শীৰ্ষত Moneycontrol।

  • Share this:
যোৱা ২ ফেব্ৰুৱাৰীত দাখিল কৰা হ'ল কেন্দ্ৰীয় বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ মজিয়াত দাখিল কৰিলে বাজেট। বাজেট দ্যে' কভাৰেজত এইবাৰ সকলো ট্ৰেফিক ৰেকৰ্ড ভংগ কৰি শীৰ্ষত উপনীত হ'ল Moneycontrol। উল্লেখ্য যে, Moneycontrol হ'ল ভাৰতৰ আগশাৰীৰ ফিনান্সিয়েল নিউজ প্লেটফৰ্ম।

দেশৰ আগশাৰীৰৰ financial news platformক পিছ পেলাই শীৰ্ষস্থান দখল কৰে Moneycontrol-এ। Moneycontrol-এ প্ৰায় ২১ শতাংশ, ৭৭ শতাংশ আৰু ১০৮ শতাংশৰ ব্যৱধানত পিছ পেলাই দ্য ইকনমিক টাইমছ, লাইভমিণ্ট আৰু ফিনান্সিয়েল এক্সপ্ৰেছক।   SimilarWeb-ৰ  তথ্যৰ ভিত্তিত শীৰ্ষস্থান দখল কৰিছে Moneycontrol-এ।
Published by: Himangshu Bhuyan
First published: February 10, 2021, 3:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি