বিমানত যৌন নিৰ্যাতন! গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মৰা এয়াৰ এছিয়াৰ বিমানত মহিলাক নিৰ্যাতন

মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ইতিমধ্যেই লোকজনক গ্ৰেপ্তাৰ কৰিছে।

News18-Assam
Updated:October 17, 2019, 2:43 PM IST
বিমানত যৌন নিৰ্যাতন! গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মৰা এয়াৰ এছিয়াৰ বিমানত মহিলাক নিৰ্যাতন
মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ইতিমধ্যেই লোকজনক গ্ৰেপ্তাৰ কৰিছে।
News18-Assam
Updated: October 17, 2019, 2:43 PM IST
গুৱাহাটীৰ পৰা দিল্লী অভিমুখী এয়াৰ এছিয়াৰ এখন বিমানত মহিলাক যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। সোমবাৰে ২০ বছৰীয়া এগৰাকী মহিলা যাত্ৰীৰ ওপৰত আকাশমাৰ্গত তেওঁৰ কাষৰ আসনত বহা ৩৭ বহা আন এজন যাত্ৰীয়ে যৌন নিৰ্যাতন চলায়। ৩৭ বছৰীয়া লোকজন ৰাজস্থানৰ নিবাসী আৰু ব্যৱসায় সূত্ৰে গুৱাহাটীৰে সম্পৰ্ক বুলি দিল্লী আৰক্ষীয়ে জানিবলৈ দিছে।

মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দিল্লী আৰক্ষীয়ে ইতিমধ্যেই লোকজনক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীয়ে আকাশমাৰ্গতে বিমান কৰ্মীক অভিযোগ দিছিল আৰু বিমান কৰ্মীয়ে গ্ৰাউণ্ট ষ্টাফৰ সৈতে যোগাযোগ কৰিছিল। গ্ৰাউণ্ড ষ্টাফে আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি