ইয়াৰ লগতে দেশবাসীক পুনৰবাৰ প্লাষ্টিক বেগ বৰ্জন কৰিবলৈ আহ্বান জনায় মোদীয়ে।
ইয়াৰ লগতে দেশবাসীক পুনৰবাৰ প্লাষ্টিক বেগ বৰ্জন কৰিবলৈ আহ্বান জনায় মোদীয়ে।
জীৱন কালত সকলোৱে এবাৰ হ'লেও উত্তৰ পূব ভ্ৰমণ কৰিব। উত্তৰ পূবৰ প্ৰাকৃতিক সৌন্দৰ্য অতি নান্দনিক। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লালকিল্লাৰ পৰা জনোৱা আহ্বান পুনৰ কৰিছো। মন কী বাত এনেদৰে দেশবাসীক আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।
ইয়াৰ লগতে দেশবাসীক পুনৰবাৰ প্লাষ্টিক বেগ বৰ্জন কৰিবলৈ আহ্বান জনায় মোদীয়ে। প্লাষ্টিক আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা ইন্ধন প্ৰস্তুত কৰাৰ আহ্বান মোদীৰ। এইক্ষেত্ৰত দেশৰ উদ্যোগপতিসকলকো সহায়ৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।
আজি মন কী বাতত দেশবাসীক জন্মাষ্টমীৰ শুভেচ্ছা জনোৱাৰ লগতে মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীক লৈও মন্তব্য কৰে মোদীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|