
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলক ৫ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলক ৫ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে দৰিদ্ৰ মহিলাসকলক ৫ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে PMUY আঁচনিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়া গেছ যোগান ধৰা হৈছে। ৫ কিলোগ্ৰামৰ চিলিণ্ডাৰ প্ৰদানৰ ফলত ইয়াক ৰিফিল কৰাত সহজ হ’ব। দৰিদ্ৰ পৰিয়ালসমূহৰ বাজেটত চিলিণ্ডাৰৰ দামে বিশেষ প্ৰভাৱ নেপেলাব।
বৰ্তমান দিল্লীত ৫ কিলোগ্ৰামৰ চিলিণ্ডাৰ মূল্য ২৬০ টকা আৰু ৰাজসাহায্যৰূপে বেংক একাউণ্টত জমা হয় ৮০ টকা। ইফালে ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰ বাবে ৭১২ টকা ভৰিবলগীয়া হয় য’ত ২১৫ টকাৰ ৰাজসাহায্য গ্ৰাহকৰ একাউণ্টত জমা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|