মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»বিদেশত জমা আছে ৩৪ লাখ কোটি ক’লা ধন! কেন্দ্ৰই ৰাজহুৱা কৰিলে তথ্য

বিদেশত জমা আছে ৩৪ লাখ কোটি ক’লা ধন! কেন্দ্ৰই ৰাজহুৱা কৰিলে তথ্য

News18-Assam
Updated:June 24, 2019, 8:53 PM IST
বিদেশত জমা আছে ৩৪ লাখ কোটি ক’লা ধন! কেন্দ্ৰই ৰাজহুৱা কৰিলে তথ্য
১৯৮০ চনৰ পৰা ২০১০ লৈকে প্ৰায় ১৭,২৫,৩০০ কোটি টকাৰ পৰা ২৩,৩০,০০০ কোটিলৈ বৃদ্ধি পালে বিদেশত থকা ক’লা ধনৰ পৰিমাণ।

১৯৮০ চনৰ পৰা ২০১০ লৈকে প্ৰায় ১৭,২৫,৩০০ কোটি টকাৰ পৰা ২৩,৩০,০০০ কোটিলৈ বৃদ্ধি পালে বিদেশত থকা ক’লা ধনৰ পৰিমাণ।

  • Share this:
বিদেশত থকা ক’লা ধনৰ সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় সকলে ১৯৮০ চনৰ পৰা ২০১০ চনলৈকে এই ৩০ বছৰত ২৪৬.৪৮ আৰব ডলাৰৰ পৰা ৪৯০ আৰব ডলাৰ পৰ্যন্ত কলাধন বিদেশলৈ পঠালে ।তিনিটা ভিন্ন ভিন্ন সংস্থা NIPEP, NCAER আৰু  NIFM এ দীৰ্ঘদিন ধৰি জৰীপ চলাই দাঙি ধৰিছে এই উদ্বেগজনক তথ্য।

সোমবাৰে লোকসভাত উত্থাপন কৰা ষ্ট্ৰণ্ডিং কমিটিয়ে দিয়া তথ্য অনুসৰি তিনিওটা সংস্থাই নিজৰ তথ্যৰ ভিত্তিত আটাইতকৈ অধিক ক’লা ধন পোৱা চেক্টৰ সমূহৰ ভিতৰত ৰিয়েল ষ্টেট, মাইনিংগ,ফাৰ্মা, পান মছালা, গুটখা, ধঁপাত, ক’মডিটি, ফিল্ম ইত্যাদি।
First published: June 24, 2019, 8:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি