মুখ্যপৃষ্ঠা »খবৰ »দেশ »পানীৰ অপচয় ৰোধ কৰাৰ আহ্বান বিগ বি অমিতাভ বচ্চনৰ

পানীৰ অপচয় ৰোধ কৰাৰ আহ্বান বিগ বি অমিতাভ বচ্চনৰ

সকলো পানী সংৰক্ষণৰ বাবে আহ্বান জনায় মেগাষ্টাৰ অমিতাভ বচ্চনে।

সকলো পানী সংৰক্ষণৰ বাবে আহ্বান জনায় মেগাষ্টাৰ অমিতাভ বচ্চনে।

  • Share this:
    ‘আমাৰ দিনত আমি কেতিয়াও ভৱাই নাছিলো যে আমি পানী কেতিয়াবা পানী কিনিব লাগিব। কিন্তু আজি সকলোৱে পানী কিনি আছে। বাথৰুমত আমি বহু পানী অপচয় কৰো, ইয়াৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন’ – দেশক পানীৰ সংকটৰ পৰা বচাবলৈ NETWORK18–এ আৰম্ভ কৰা #MissionPaani অভিযানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিগ বি অমিতাভ বচ্চনে। সকলো পানী সংৰক্ষণৰ বাবে আহ্বান জনায় মেগাষ্টাৰ অমিতাভ বচ্চনে।

    অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে চৰকাৰে পানী সংৰক্ষণৰ বাবে বহু কাম কৰি আছে। নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে চেষ্টা চলাই আছে।

    এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে আমাৰ চৰকাৰে বৰষুণৰ পানী সংৰক্ষণক লৈ কাম কৰিছে। আগন্তুক দিনত ইয়াৰ ওপৰত আৰু অধিক চেষ্টা কৰা হ’ব।

    শেহতীয়া বাতৰি