আকৌ হায়দৰাবাদৰ দৰেই জঘন্য ঘটনা, যুৱতীক বলাৎকাৰ কৰি গুলীয়াই হত্যা, তাৰ পিছত জ্বলাই দিলে মৃতদেহ

News18 Assam | News18-Assam
Updated:December 3, 2019, 3:45 PM IST
আকৌ হায়দৰাবাদৰ দৰেই জঘন্য ঘটনা, যুৱতীক বলাৎকাৰ কৰি গুলীয়াই হত্যা, তাৰ পিছত জ্বলাই দিলে মৃতদেহ
ঘটনা গাপ দিবলৈ হত্যাৰ পিছতে দুৰ্বৃত্তই জ্বলাই দিয়ে মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

ঘটনা গাপ দিবলৈ হত্যাৰ পিছতে দুৰ্বৃত্তই জ্বলাই দিয়ে মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

  • Share this:
বিহাৰৰ বক্সৰত সংঘটিত হৈছে হায়দৰাবাদৰ দৰেই আন এক জঘন্য ঘটনা। এগৰাকী যুৱতীক বলাৎকাৰ কৰি গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই। তাৰ পিছতে জ্বলাই দিলে যুৱতীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে কুকুঢ়া বধাৰৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ অৰ্ধদগ্ধ মৃতদেহ। মৃত যুৱতীগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।

প্ৰাথমিক অনুসন্ধান অনুসৰি, যুৱতীগৰাকীক প্ৰথমে বলাৎকাৰ কৰি তাৰ পিছত গুলীয়াই হত্যা কৰা হয়। ঘটনা গাপ দিবলৈ হত্যাৰ পিছতে দুৰ্বৃত্তই জ্বলাই দিয়ে মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি