মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»NRC ৰ পৰা বাদ পৰিছে লাখৰো অধিক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নাম

NRC ৰ পৰা বাদ পৰিছে লাখৰো অধিক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নাম

News18-Assam
Updated:September 2, 2019, 10:44 PM IST
NRC ৰ পৰা বাদ পৰিছে লাখৰো অধিক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ নাম
NRC প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিতৰ্ক তুংগত উঠিছে

NRC প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিতৰ্ক তুংগত উঠিছে

  • News18 Assam
  • Last Updated: September 2, 2019, 10:44 PM IST
  • Share this:
NRC প্ৰকাশ পোৱাৰ পিছতে এতিয়া বিতৰ্ক তুংগত উঠিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে বৃহৎ সংখ্যক গোৰ্খা সম্প্ৰদায়ৰ মানুহৰ নাম। শুক্ৰবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা গোৰ্খা সম্প্ৰদায়ৰ লোক বাদ পৰা বিষয়টো সন্দৰ্ভত ভাৰতীয় গোৰ্খা পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত যোৱা এটা দলে ভাৰতীয় গৃহ বিভাগৰ যুটীয়া সচিবক সাক্ষাৎ কৰে।
দলটোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলক অন্তৰ্ভূক্তিকৰণৰ লগতে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায়।
First published: September 2, 2019, 10:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি