মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ লোকসকলে শনিবাৰে নিশা আকাশত দেখা পালে আচৰিত দৃশ্য। উল্কা পাত (Meteor Shower) যেন লগা কিছু অগ্নিপিণ্ড আকাশৰেৰে উৰি গৈ থকা দেখিছিল লোকসকলে। এই জুই শিখাই যেন বায়ুমণ্ডল কাটি উজ্জ্বল পথ এটা তৈয়াৰ কৰি গৈ আছিল।
মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু মধ্য প্ৰদেশৰ ঝাবুৱা আৰু বৰৱানী জিলাৰ আকাশত এই দৃশ্য দেখা গৈছিল শনিবাৰে নিশা। চাওক ভিডিঅ'
#WATCH | Maharashtra: In what appears to be a meteor shower was witnessed over the skies of Nagpur & several other parts of the state. pic.twitter.com/kPUfL9P18R