মুখ্যপৃষ্ঠা »খবৰ »দেশ »Meghalaya : মেঘালয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ, দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে কনৰাড ছাংমাই

Meghalaya : মেঘালয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ, দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে কনৰাড ছাংমাই

Meghalaya New Government : দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই। NPP দলৰ পৰা মুখ্যমন্ত্ৰী আৰু ৭ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ।

  • Share this:
মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড ছাংমাই (Conrad Sangma Takes Oathas Meghalaya CM For 2nd Term)। শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও (JP Nadda) উপস্থিত আছে অনুষ্ঠানত।

কনৰাড চাংমাৰ (Conrad Sangma) মন্ত্ৰীসভাত স্থান লাভ কৰিছে বিজেপিৰ পন্থৰমখ্ৰা সমষ্টিৰ বিধায়ক এ এল হেকে। মন্ত্ৰিত্ব লাভ কৰিছে পশ্চিম শ্বিলঙৰ UDP বিধায়ক পল লিংডো, UDPৰ বিধায়ক ক্ৰেমেন চেলা, HSPDP বিধায়ক চাকলিয়াৰ ৱাৰজিৰিয়েও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই। NPP দলৰ পৰা মুখ্যমন্ত্ৰী আৰু ৭ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ।

শেহতীয়া বাতৰি