• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID 19 : কোৰোণাত আক্ৰান্ত মেঘালয়ৰ DGP, নংপো জে’লত ৬৩জন কয়দীৰ দেহত ধৰা পৰিছে কোভিড

COVID 19 : কোৰোণাত আক্ৰান্ত মেঘালয়ৰ DGP, নংপো জে’লত ৬৩জন কয়দীৰ দেহত ধৰা পৰিছে কোভিড

ইতিমধ্যে কাৰাগাৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

ইতিমধ্যে কাৰাগাৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

ইতিমধ্যে কাৰাগাৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ডিজিপি আৰ চন্দ্ৰনাথন। সোমবাৰে এই কথা প্ৰকাশ কৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ডিজিপি চন্দ্ৰনাথনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। তেওঁৰ সাধাৰণ লক্ষণ দেখা গৈছে আৰু দৈনিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে শ্বিলং চিভিল হাস্পতালত।

আনহাতে, ৰাজ্যখনৰ ৰিভয় জিলাত থকা কাৰাগাৰত ৬৩জন কয়দীৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। তেওঁলোকৰ ৯০ শতাংশৰ কোনো লক্ষণ নাই। ইতিমধ্যে কাৰাগাৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।
Published by:Sanjay Kumar Das
First published: