ইয়াকে কয় Genius! এগৰাকী কণমানিৰ বাবে এয়া কেনেকৈ সম্ভৱ? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 28, 2020, 1:15 PM IST
ইয়াকে কয় Genius! এগৰাকী কণমানিৰ বাবে এয়া কেনেকৈ সম্ভৱ? চাওক VIDEO
কেকুলেটৰৰ সমানে চলে কণমানিজনীৰ মগজু।

কেকুলেটৰৰ সমানে চলে কণমানিজনীৰ মগজু।

  • Share this:
এগৰাকী কণমানি। কণমানিজনীৰ অংকৰ জ্ঞান দেখিলে তবধ মানিব আপুনি। মুহূৰ্তৰ ভিতৰতে সমাধান কৰিব পাৰে জটিল অংক। কেকুলেটৰৰ সমানে চলে কণমানিজনীৰ মগজু। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মাহেকা নামৰ এই কণমানিজনীৰ ভিডিঅ’।

Radio Taranaই শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। ৪৭ হাজাৰৰো অধিক লোকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। সকলোৱে কণমানীজনীৰ এই প্ৰতিভাৰ প্ৰশংসা কৰিছে।
চাওক ভিডিঅ’ :

আৰু চাওক
পৰৱৰ্তী বাতৰি