ভয়ংকৰ জুই, দপদপকৈ জ্বলিছে এখন বিলাসী হোটেল, চাওক VIDEO

হোটেলখনৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:October 21, 2019, 11:01 AM IST
ভয়ংকৰ জুই, দপদপকৈ জ্বলিছে এখন বিলাসী হোটেল, চাওক VIDEO
হোটেলখনৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: October 21, 2019, 11:01 AM IST
মধ্য প্ৰদেশৰ ইন্দোৰৰ বিজয় নগৰস্থিত এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড। গ’ল্ডেন গে’ট হোটেলত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। হোটেলখনৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি