বজাৰত হাহাকাৰ, চেনছেক্স ২২০০ পইণ্ট অৱনমিত, বিনিয়োগকাৰীৰ ৬.৩লাখ কোটি ডুবিল

News18 Assam | News18-Assam
Updated:March 9, 2020, 1:21 PM IST
বজাৰত হাহাকাৰ, চেনছেক্স ২২০০ পইণ্ট অৱনমিত, বিনিয়োগকাৰীৰ ৬.৩লাখ কোটি ডুবিল
Market Live: শ্বেয়াৰ মাৰ্কেটত সোমবাৰে দুপৰীয়া বৃহৎ অৱনতি দেখিবলৈ পোৱা যায়। চেনছেক্স (Sensex) ২২৩৯পইণ্ট হ্ৰাস পাই ৩৫,৩৩৭.৬৬ৰ স্তৰলৈ নামে। আনহাতে নিফটী (Nifty50) ৬২৫ পইণ্ট বাগৰি ১০,৩৬৩.৬০লৈ নামে। 

Market Live: শ্বেয়াৰ মাৰ্কেটত সোমবাৰে দুপৰীয়া বৃহৎ অৱনতি দেখিবলৈ পোৱা যায়। চেনছেক্স (Sensex) ২২৩৯পইণ্ট হ্ৰাস পাই ৩৫,৩৩৭.৬৬ৰ স্তৰলৈ নামে। আনহাতে নিফটী (Nifty50) ৬২৫ পইণ্ট বাগৰি ১০,৩৬৩.৬০লৈ নামে। 

  • Share this:
আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু এচিয়াৰ বজাৰৰ বেয়া অৱস্থাৰ কাৰণে চলিত সপ্তাহৰ প্ৰথম দিনটোত ঘৰুৱা শ্বেয়াৰ বজাৰত অৱনমন অব্যাহত আছে। বজাৰত চাৰিওফালে দেউলীয়া অৱস্থাৰ কাৰমে সোমবাৰে দুপৰীয়া শ্বেয়াৰ বজাৰৰ দুৰৱস্থা আৰু গভীৰ হৈ পৰে। শ্বেয়াৰ মাৰ্কেটত সোমবাৰে দুপৰীয়া বৃহৎ অৱনতি দেখিবলৈ পোৱা যায়। চেনছেক্স (Sensex) ২২৩৯পইণ্ট হ্ৰাস পাই ৩৫,৩৩৭.৬৬ৰ স্তৰলৈ নামে। আনহাতে নিফটী (Nifty50) ৬২৫ পইণ্ট বাগৰি ১০,৩৬৩.৬০লৈ নামে। বিগত এবছৰত শ্বেয়াৰ বজাৰত এয়া সকলোতকৈ বেয়া অৱস্থা। বিনিয়োগকাৰীয়ে ইতিমধ্যে ৬লাখ কোটি টকা হেৰুৱাইছে।

বজাৰৰ বেয়া অৱস্থাৰ কাৰণঃ

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ, বিশ্বৰ অৰ্থনীতিৰ অশণি সংকেত, ছৌদি আৰৱত খাৰুৱা তেলৰ মূল্য হ্ৰাস, য়েছ বেংকৰ দুৰৱস্থা আদি এই শ্বেয়াৰ বজাৰৰ এই দুৰৱস্থাৰ কাৰক ৰূপে চিহ্নিত হৈছে।
Published by: Tulika Devi
First published: March 9, 2020, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি