• Home
  • »
  • News
  • »
  • nation
  • »
  • Manipur Landslide : মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনস্থলীত উদ্ধাৰ অভিযান সমাপ্ত, ৬১জনৰ মৃতদেহ উদ্ধাৰ

Manipur Landslide : মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনস্থলীত উদ্ধাৰ অভিযান সমাপ্ত, ৬১জনৰ মৃতদেহ উদ্ধাৰ

মণিপুৰৰ ননি জিলাত ৰে’লৰ এক নিৰ্মাণস্থলীত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা।

মণিপুৰৰ ননি জিলাত ৰে’লৰ এক নিৰ্মাণস্থলীত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা।

মণিপুৰৰ ননি জিলাত ৰে’লৰ এক নিৰ্মাণস্থলীত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা।

  • Share this:
মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনস্থলীত উদ্ধাৰ অভিযান সমাপ্ত। এই ঘোষণা কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। এই ঘটনাত প্ৰাণ হেৰুৱালে ৬১জন লোকে। ইয়াৰ ভিতৰত ৩০জন টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী। ৫জন লোক এতিয়াও সন্ধানহীন, ১৮জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে।

উল্লেখযোগ্য যে মণিপুৰৰ ননি জিলাত ৰে’লৰ এক নিৰ্মাণস্থলীত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা। টুপুল য়াৰ্ডত ৰে’লৰ নিৰ্মাণ কেম্পত প্ৰতিকূল বতৰৰ বাবে সংঘটিত হৈছিল ভূমিস্খলন। এই ঘটনাত অসমৰো কেইবাজনো লোকে হেৰুৱাইছে প্ৰাণ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি