• Home
  • »
  • News
  • »
  • nation
  • »
  • Manipur Election Results : মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জয়লাভ, চাওক মণিপুৰৰ নিৰ্বাচনী ফলাফল

Manipur Election Results : মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জয়লাভ, চাওক মণিপুৰৰ নিৰ্বাচনী ফলাফল

হেইগাং সমষ্টিৰ পৰা জয়লাভ কৰিছে এন বীৰেন সিঙে।

হেইগাং সমষ্টিৰ পৰা জয়লাভ কৰিছে এন বীৰেন সিঙে।

হেইগাং সমষ্টিৰ পৰা জয়লাভ কৰিছে এন বীৰেন সিঙে।

  • Share this:
মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ জয়লাভ। হেইগাং সমষ্টিৰ পৰা জয়লাভ কৰিছে এন বীৰেন সিঙে। ৬০ খন আসনযুক্ত মণিপুৰত এই মুহূৰ্তলৈকে এখন আসনত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ২১ খন আসনত আগবাঢ়ি আছে। ইফালে ৰাজ্যখনত এই মুহূৰ্তলৈকে কংগ্ৰেছে ৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে এনপিপিয়ে ৭খন আসন অগ্ৰগতি লাভ কৰিছে।

উল্লেখযোগ্য যে মণিপুৰৰ লগতে আন চাৰিখন ৰাজ্যতো অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাতো চলি আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি