ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভয়ংকৰ ভিডিঅ’, কিয় দ্ৰুতগতিত ভাইৰেল হৈছে এই ভিডিঅ’টো? চাওক

News18 Assam | News18-Assam
Updated:August 24, 2020, 4:54 PM IST
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভয়ংকৰ ভিডিঅ’, কিয় দ্ৰুতগতিত ভাইৰেল হৈছে এই ভিডিঅ’টো? চাওক
এই ভয়ংকৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেছ হৈছে এই ভিডিঅ’।

এই ভয়ংকৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেছ হৈছে এই ভিডিঅ’।

  • Share this:
এটা ভয়ংকৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ঘটনাটো কেৰালাৰ কোল্লাম জিলাৰ চাৱৰাৰ। এজন লোক পথৰ দাঁতিৰে গৈ থকা দেখা গৈছে ভিডিঅ’টোত। সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দ্ৰুতগতিত লোকজনৰ ফালে আহিছে। দ্ৰুতগতিত অহা লোকজনৰ একেবাৰে কাষেৰে পাৰ হৈ যায়। লোকজনৰ ওচৰেৰে যে এখন গাড়ী পাৰ হৈ গ’ল সেয়া গমেই নাপালে লোকজনে। কিছু সময় পিছতহে ঘটনা অনুমান কৰি ভয়ত দৌৰ মাৰিছে লোকজনে।

কিছুদূৰ গৈ বাহনখনে পথৰ দাঁতিৰ এজোপা গছত খুন্দিয়াই পুনৰ ৰাজপথত উঠে। এই ভয়ংকৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত।


ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেছ হৈছে এই ভিডিঅ’। বহু লোকে কমেণ্ট কৰিছে এই ভিডিঅ’টো।
Published by: Sanjay Kumar Das
First published: August 24, 2020, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading